111.The Palm Fibre

  1. ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।
  2. তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন তাৰ কোনো কামত নাহিল।
  3. অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।
  4. আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে
  5. তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছি।