112.Sincerity

  1. কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়
  2. আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)
  3. তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই
  4. আৰু তেওঁৰ সমতুল্য কোনো নাই’।