113.The Dawn

  1. কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।
  2. তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা
  3. আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়
  4. আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে
  5. আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।